পঞ্চতাৰকা হোটেলত প্ৰাক বাজেট সভা অনুষ্ঠিত কৰাতো যুক্তিসংগত নে ?

Asom Daily 24
リアクション
2026年06月28日
⭕বিত্ত মন্ত্ৰী হৈ বিত্ত বিভাগৰ নিৰ্দেশনা জয়ন্ত মল্ল বৰুবাই নকৰে পালন
⭕ব্যয় সংকোচন আৰু মিতব্যয়িতাৰ কথা কোৱা বিজেপিয়ে "প্ৰাক বাজেট আলোচনা"ৰ নামত উৰুৱালে লাখ টকা
⭕পঞ্চতাৰকা হোটেলত প্ৰাক বাজেট সভা অনুষ্ঠিত কৰাতো যুক্তিসংগত নে ?